কয়লাৰ অভাৱ: আমদানিকৃত গেছৰ সহায়ত এনটিচিপি প্ৰকল্প পুনৰ আৰম্ভ কৰিব কেন্দ্ৰই
নেৰানেপেৰা বৰষুণৰ ফলত খনিৰ খনন বাধাগ্ৰস্ত হোৱাৰ বাবে দেশত বাৰিষা কালত হ্ৰাস হ'ব পাৰে কয়লাৰ যোগান। এনে অৱস্থাত বাৰিষা মাহত...
Read moreDetailsনেৰানেপেৰা বৰষুণৰ ফলত খনিৰ খনন বাধাগ্ৰস্ত হোৱাৰ বাবে দেশত বাৰিষা কালত হ্ৰাস হ'ব পাৰে কয়লাৰ যোগান। এনে অৱস্থাত বাৰিষা মাহত...
Read moreDetailsনেৰানেপেৰা বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি, নাগৰিকসকলক অতি প্ৰয়োজনীয় নোহোৱালৈকে বাহিৰলৈ নাযাবলৈ পৰামৰ্শ দিয়া হৈছে কামৰূপ মেট্ৰ' জিলা প্ৰশাসনৰ তৰফৰ পৰা।...
Read moreDetails২০১৪ চনৰ লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে নিবনুৱা যুৱক-যুৱতীৰ সপোনৰ সদাগৰ হিচাপে থিয় দিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সকলোৱে আশা কৰিছিল সমগ্ৰ ভাৰতবৰ্ষৰ...
Read moreDetailsএইবাৰ শ্ৰীলংকাৰ এটা বায়ুবিদ্যুৎ প্ৰকল্প নিৰ্মাণক কেন্দ্ৰ কৰি বিতৰ্কত সাঙোৰ খাই পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অভিযোগ অনুসৰি, শ্ৰীলংকাৰ উত্তৰ অঞ্চলত...
Read moreDetails২০১৪ চনত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হোৱাৰ সময়ত নিজৰ চমকপ্ৰদ বাকপটুতাৰ বলেৰে দেশৰ জনসাধাৰণক আকৃষ্ট কৰি তুলিছিল...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd