ভীমা কোৰেগাঁও গোচৰ: হাৰাশাস্তিৰ অভিযোগত কাৰাগাৰৰ ভিতৰতে অনশনত বহিল গোৰাখে
২০১৮ চনৰ ভীমা কোৰেগাঁও গোচৰৰ অভিযুক্ত, বৰ্তমান মুম্বাইৰ তালোজা কাৰাগাৰত কাৰাবন্দী হৈ থকা সাগৰ তাতিয়াৰাম গোৰাখে কাৰাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে নিৰ্যাতন...
Read moreDetails২০১৮ চনৰ ভীমা কোৰেগাঁও গোচৰৰ অভিযুক্ত, বৰ্তমান মুম্বাইৰ তালোজা কাৰাগাৰত কাৰাবন্দী হৈ থকা সাগৰ তাতিয়াৰাম গোৰাখে কাৰাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে নিৰ্যাতন...
Read moreDetailsঅসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহকৰ পৰা পদত্যাগ কৰিছে দলটোৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে পদত্যাগ কৰাৰ বাতৰি প্ৰকাশ পোৱাৰ...
Read moreDetailsকলিয়াবৰত নকল সোণসহ আৰক্ষীৰ জালত পৰিছে চাৰিজন লোক। যোৱা নিশা এক গোপন খবৰৰ ভিত্তিত চুলুং আৰক্ষীয়ে অভিযান চলাই এই অবৈধ...
Read moreDetailsৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগৰ কাৰ্য দেখি সকলোৰে চকু কপালত উঠা ঘটনা। খহনীয়া ৰোধৰ বাবে বাঁহ গোজ পুতিয়েই দায়িত্ব সামৰিলে শিৱসাগৰৰ...
Read moreDetails২০২০ চনত সেই সময়ৰ দক্ষ মন্ত্ৰী হিচাপে পৰিচয় পোৱা তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদম্ভে কৈছিল যে সোণোৱাল...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd