আলফাৰ মৃত্যুদণ্ডৰ সিদ্ধান্তক বৰ্বৰতা আখ্যা, ধিক্কাৰ জনালে অসম নাগৰিক সমাজে
চোৰাংচোৱাৰ সন্দেহত শেহতীয়াকৈ দুজন যুৱকক আলফা স্বাধীন- এ মৃত্যুদণ্ড দিয়াৰ পাছত আলফাৰ এই কাণ্ডৰ সন্দৰ্ভত আজি এক প্ৰেচ বিজ্ঞপ্তি প্ৰকাশ...
Read moreDetailsচোৰাংচোৱাৰ সন্দেহত শেহতীয়াকৈ দুজন যুৱকক আলফা স্বাধীন- এ মৃত্যুদণ্ড দিয়াৰ পাছত আলফাৰ এই কাণ্ডৰ সন্দৰ্ভত আজি এক প্ৰেচ বিজ্ঞপ্তি প্ৰকাশ...
Read moreDetailsনেপালৰ মাউণ্ট এভাৰেষ্টৰ বেচ কেম্প অভিমুখে ট্ৰেকিং কৰি থকা অৱস্থাতে মৃত্যৰ মুখত পৰিছে মুম্বাইৰ এগৰাকী ৫২ বছৰীয়া মহিলা চিকিৎসক। হৃদৰোগত...
Read moreDetailsঅসম আৰক্ষীৰ চোৰাংচোৱা হোৱাৰ অভিযোগত আলফা-স্বাধীনে ইয়াৰ দুজন সদস্যৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰা বুলি দিয়া ঘোষণাৰ পিছত দেওবাৰে অসম আৰক্ষীৰ সঞ্চালক...
Read moreDetailsকোকৰাঝাৰত তিনিজন নাবালকৰ দ্বাৰা দুগৰাকী নাবালিকাক যৌন নিৰ্যাতন আৰু প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দুয়োগৰাকী নাবালিকা...
Read moreDetailsদেশৰ ৰাজধানী দিল্লীৰ ব্যস্ত ৰাজপথত পুনৰ গুলীচালনাৰ (শুটআউট)ঘটনা সংঘটিত হৈছে। শুকুৰবাৰে সন্ধিয়া দুৰ্বৃত্তই ১০ ৰাউণ্ড গুলী চলাই দুগৰাকী ব্যৱসায়ীক গুৰুতৰভাৱে...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd