বিজনীত হৰিণাৰ মাংসসহ এজনক আটক
হৰিণাৰ মাংসৰ অবৈধ ব্যৱসায়ৰ অভিযোগত চিৰাং জিলাৰ বিজনীৰ কুমাৰীচালীৰ পৰা এজন ব্যক্তিক আটক কৰা হৈছে। নিৰ্দিষ্ট তথ্যৰ ওপৰত ভিত্তি কৰি...
Read moreDetailsহৰিণাৰ মাংসৰ অবৈধ ব্যৱসায়ৰ অভিযোগত চিৰাং জিলাৰ বিজনীৰ কুমাৰীচালীৰ পৰা এজন ব্যক্তিক আটক কৰা হৈছে। নিৰ্দিষ্ট তথ্যৰ ওপৰত ভিত্তি কৰি...
Read moreDetailsযোৱা ১৫ ফেব্ৰুৱাৰীত দুৰ্ঘটনাত মৃত্যু হোৱা পঞ্জাৱী অভিনেতা তথা যুৱ সমাজ কৰ্মী হোৱা দীপ সিদ্ধুৰ মৃত্যুৰ সন্দৰ্ভত দুৰ্ঘটনাত জড়িত ট্ৰাকখনৰ...
Read moreDetailsগুৱাহাটী চহৰৰ দুগৰাকী যুৱতীয়ে নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাধীন) ত কৰা বুলি সন্দেহ কৰা হৈছে। দুয়ো যুৱতী মহানগৰৰ উজান বজাৰৰ...
Read moreDetailsএজন আৰক্ষী উপ-পৰিদৰ্শকৰ দ্বাৰা নিৰ্যাতনত অতিষ্ঠ হৈ আত্মহত্যা কৰিছে এগৰাকী BBA ছাত্ৰই। ইন্দোৰৰ এৰোড্ৰম আৰক্ষী থানাৰ অধীনস্থ এলেকাত এই চাঞ্চল্যকৰ...
Read moreDetailsনাথুৰাম গডছে, গান্ধী হত্যাকাৰী নাথুৰাম গডছেক দেশত এতিয়া দেশপ্ৰেমী আৰু শ্বহীদ অভিধাৰে বিভূষিত কৰাৰ ঢৌ উঠিছে। ৰাজনৈতিক পৃষ্ঠপোষকতাই এই ঢৌত...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd