Covid-19 Update: দেশত এমাহৰ পিছত ১লাখৰ তললৈ নামিল কৰ’নাৰ দৈনিক সংক্ৰমণ; নিম্নগামী পজিটিভিটিৰ হাৰ
দেশত সুদীৰ্ঘ এমাহৰ পিছত কোভিড-১৯ৰ দৈনিক সংক্ৰমণ ১লাখৰ তললৈ নামিছে আৰু পজিটিভিটিৰ হাৰো নিম্নগামী হৈছে। অৱশ্যে মৃত্যুৰ হাৰে এতিয়াও স্বস্তি...
Read moreDetails











