থলুৱা ভূমিহীন পৰিয়ালক উচ্ছেদৰ বিৰুদ্ধে গৰজি উঠিল কৃষক মুক্তি-ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি
শিৱসাগৰত থলুৱা ভূমিহীন পৰিয়ালক উচ্ছেদৰ বিৰুদ্ধে গৰজি উঠিছে কৃষক মুক্তি-ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। ভূমিহীন পৰিয়ালক বিকল্প ভূমি আৰু ম্যাদী পট্টা...
Read moreDetails











