DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লাওখোৱাৰ ৩নং ভূৰবন্ধাত বনৰীয়া মহ নিধন কৰি ভক্ষণ দুষ্ট চক্ৰৰ

ৰিদিপ শৰ্মা,কলিয়াবৰ by ৰিদিপ শৰ্মা,কলিয়াবৰ
February 3, 2022 11:34 am
লাওখোৱাৰ ৩নং ভূৰবন্ধাত বনৰীয়া মহ নিধন কৰি ভক্ষণ দুষ্ট চক্ৰৰ
1.4k
VIEWS
Share on FacebookShare on Twitter

নগাঁৱৰ লাওখোৱাৰ ৩নং ভূৰবন্ধাত বনৰীয়া মহ নিধন কৰি ভক্ষণ কৰি আহিছে একাংশ দুষ্ট চক্ৰই।

বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা ব্ৰক্ষ্মপুত্ৰৰ দাঁতি-কাষৰীয়া অঞ্চলত খাদ্যৰ সন্ধানত প্ৰায়েই ওলাই আহে বনৰীয়া জীৱ-জন্তু।

তাৰ মাজতেই ৩নংভূৰবন্ধাত এটা দুষ্ট চক্ৰই পুৰ্বৰে পৰাই বনৰীয়া মহ নিধন কৰি ভক্ষণ কৰি অহাৰ অভিযোগ বন বিভাগৰ। দীৰ্ঘদিন ধৰি দুষ্ট চক্ৰটোৱে ইটোৰ পাছত সিটোকৈ বনৰীয়া মহ নিধন কৰি আহিছে।বিগত জানুৱাৰী মাহৰ ৮ তাৰিখে এই দুষ্ট চক্ৰটোৱে দুটাকৈ বনৰীয়া মহ নিধন কৰা কাৰ্যৰ খবৰ পাইছিল বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ বনকৰ্মী সকলে।

এনে খবৰৰ উমান পাই অভিযান চলায় বন বিভাগে। বন বিভাগৰ অভিযানত উদ্ধাৰ হয় বনৰীয়া মহৰ অংগ প্ৰত্যংগ।

প্ৰাথমিক তদন্তত কোনো দুষ্ট চক্ৰক চিনাক্ত কৰিব পৰা নাই যদিও তদন্ত তীব্ৰ গতিত চলি আছে বুলি জানিবলৈ দিয়ে বন বিভাগে।

এতিয়া প্ৰশ্ন হয় কোন এই দুষ্ট চক্ৰ? কিমান দিন লৈকে চলি থাকিব এনে কাৰ্য্য? সফল হব পাৰিব নে বন বিভাগ সমগ্ৰ ৰহস্যৰ ওৰ পৰিব বন বিভাগৰ তদন্তৰ পাছত।

Recent News

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd