• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’নাত আক্ৰান্ত মনীষ তিব্ৰেৱালাৰ সংস্পৰ্শলৈ অহা নলবাৰীৰ দুগৰাকী যুৱতীক চিকিৎসালয়ত ভৰ্তি

দীপজ্যেতি শৰ্মা দীপজ্যোতি শৰ্মা
গুৱাহাটী , April 18, 2020 6:44 pm

1 min read

0e5d3201-3d50-44cc-b16e-54100043c1ee

প্ৰতিনিধিত্বমূলক চিত্ৰ

11.3k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰীৰ প্ৰথমজন ক’ৰ’না আক্ৰান্ত মনীষ তিব্ৰেৱালৰ সংস্পৰ্শলৈ অহা নলবাৰীৰ দুগৰাকী যুৱতীক শুকুৰবাৰে নিশা নলবাৰী অসামৰিক চিকিৎসালয়ৰ আছুতীয়া কক্ষত ভৰ্তি কৰা হয়।

জানিব পৰা মতে নলবাৰীৰ এই দুয়োগৰাকী যুৱতী ব্যৱসায়ী মনীষ তিব্ৰেৱালৰ এটা কোম্পানিত কৰ্মৰত আছিল। জু ৰোডস্থিত স্পেনিছ গাৰ্ডেনৰ বাসিন্দা তিব্ৰেৱালে যোৱা ২০ মাৰ্চত যুৱতীদ্বয়ে কাম কৰা কোম্পানিটোলৈ গৈছিল।

ব্যৱসায়ীজন ক’ৰ’নাত আক্ৰান্ত হোৱাৰ পিছতে তেওঁৰ সংস্পৰ্শলৈ অহা অন্য লোকৰ লগতে যুৱতী দুগৰাকীকো স্বাস্থ্য বিভাগে হোম কোৱাৰেণ্টাইনত ৰাখিছিল।

হোম কোৱাৰেণ্টাইনত থকাৰ পিছত যোৱা কিছুদিনৰ পৰা যুৱতী দুগৰাকীৰ দেহত ক’ৰ’নাৰ কিছু লক্ষণ দেখা দিয়াত নলবাৰীৰ স্বাস্থ্য বিভাগে শুকুৰবাৰে নিশা তেওঁলোকক নলবাৰীৰ অসামৰিক চিকিৎসালয়লৈ লৈ আনে।

যুৱতী দুগৰাকীৰ নমুনা পৰীক্ষাৰ বাবে সংগ্ৰহ কৰিছে নে নাই তাৰ সবিশেষ এতিয়ালৈ জানিব পৰা হোৱা নাই।

আনহাতে যুৱতী দুগৰাকীৰ এগৰাকীৰ ঘৰ ঘগ্ৰাপাৰৰ গুৱাকুছিত আৰু আনগৰাকী অময়াপুৰৰ যজ্ঞভূমিৰ বুলি জানিব পৰা গৈছে।

Tags: COVID-19

Recent News

index

পুনৰ কোভিড সংক্ৰমণ বৃদ্ধি : দেশৰ এখন জিলাত পুনৰ পালন কৰিব দুদিনীয়া জনতা কাৰ্ফিউ

‘চৰকাৰৰ কাম ব্যৱসায় কৰা নহয়’ : ব্যক্তিগতকৰণৰ সমৰ্থনত প্ৰধানমন্ত্ৰীৰ চাফাই

‘চৰকাৰৰ কাম ব্যৱসায় কৰা নহয়’ : ব্যক্তিগতকৰণৰ সমৰ্থনত প্ৰধানমন্ত্ৰীৰ চাফাই

pashim Guwahati Samasti

কি হ’ব পশ্চিম গুৱাহাটীত? মিত্ৰজোঁটত ফাঁট, বিজেপিৰ দাবী তেওঁলোকৰহে ভেটি শক্তিশালী

a ghana

বিশ্ব স্বাস্থ্য সংস্থাৰ COVAX আঁচনি: ঘানালৈ ভাৰতে প্ৰেৰণ কৰিলে ৬ লাখ কোভিড ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd