Latest Post

কোটি কোটি টকাৰ লোকচানৰ সন্মুখীন কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী; নিজেই জনালে ইয়াৰ কাৰণো

ইজৰাইল আৰু আমেৰিকাই একেলগে ইৰাণৰ বিৰুদ্ধে যুঁজি আছে। আৰু এই যুদ্ধৰ ফলস্বৰূপে বিশ্ব অৰ্থনীতিত কোটি কোটি টকাৰ লোকচান হৈছে। ভাৰততো...

Read moreDetails

ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ পতন; প্ৰথমবাৰৰ বাবে ৯৬.২০ টকা স্পৰ্শ, শ্বেয়াৰ বজাৰতো খহনীয়া

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১১০ ডলাৰৰ ওপৰত বৃদ্ধি আৰু পশ্চিম এছিয়াৰ সংঘাতৰ প্ৰভাৱ ভাৰতীয় টকাৰ ওপৰত পৰিছে।...

Read moreDetails

জাগীৰোডৰ প্ৰস্তাৱিত টাটা টাউনশ্বিপৰ বাবে উচ্ছেদ পৰিকল্পনাৰ বিৰোধিতা অখিল গগৈৰ

শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈয়ে দেওবাৰে জাগীৰোডৰ প্ৰস্তাৱিত টাটা টাউনশ্বিপ প্ৰকল্পৰ সৈতে জড়িত ভূমি জৰীপ আৰু সম্ভাৱ্য...

Read moreDetails

পুনৰ যাত্ৰীবাহী ৰে’লত ভয়ংকৰ অগ্নিকাণ্ড; ষ্টেচনত আতংকিত হৈ দৌৰাদৌৰি যাত্ৰীৰ

মধ্যপ্ৰদেশৰ ৰাজধানী এক্সপ্ৰেছৰ পিছত এইবাৰ বিহাৰত এখন যাত্ৰীবাহী ৰে’লত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। সোমবাৰে পুৱা বিহাৰৰ ৰোহতাছ জিলাৰ চাচাৰাম...

Read moreDetails

মূল্যবৃদ্ধিৰ মাধমাৰ! আজিৰে পৰা সমগ্ৰ অসমতে দাম বাঢ়িল ব্ৰেডৰ; ৩ টকাৰ পৰা ৫ টকালৈ পালে বৃদ্ধি

আজিৰে পৰা সমগ্ৰ অসমতে বৃদ্ধি পাইছে ব্ৰেডৰ দাম। পশ্চিম এছিয়াত যুদ্ধৰ পৰিস্থিতিত বৃদ্ধি পোৱা ইন্ধনৰ মূল্য আৰু যোগানৰ সমস্যাই দৈনন্দিন...

Read moreDetails
Page 628 of 15197 1 … 627 628 629 … 15,197

Recommended

Most Popular