ভাৰতীয় সাংবাদিকতাৰ এটা যুগৰ অন্ত: কিংবদন্তি সাংবাদিক মাৰ্ক টুলিৰ দেহাৱসান
ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্প’ৰেচনৰ (BBC) ভাৰতীয় উপ-মহাদেশৰ শক্তিশালী কণ্ঠ তথা দেশৰ অন্যতম সন্মানীয় বিদেশী সাংবাদিক মাৰ্ক টুলিৰ ৯০ বছৰ বয়সত দেহাৱসান...
Read moreDetailsব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্প’ৰেচনৰ (BBC) ভাৰতীয় উপ-মহাদেশৰ শক্তিশালী কণ্ঠ তথা দেশৰ অন্যতম সন্মানীয় বিদেশী সাংবাদিক মাৰ্ক টুলিৰ ৯০ বছৰ বয়সত দেহাৱসান...
Read moreDetailsকুঁৱলী আৱৰা এটা দেওবাৰৰ পুৱা। তিনিচুকীয়া জিলাৰ ডুমডুমাৰ চামদাং বাইপাছ পথাৰৰ দিশে খোজ লৈছে ৪১ বছৰীয়া মাংৰীয়ে। লগত তেওঁৰ বোৱাৰী...
Read moreDetailsঅসমৰ বৰ্তমানৰ নিৰ্বাচনকালীন পৰিস্থিতিত সহমত প্ৰকাশ কৰা কেইবাটাও নাগৰিক সংগঠনক একত্ৰিত কৰি ‘অসম নাগৰিক সন্মিলন’ৰ জন্ম দিয়া হৈছিল। বহুতেই প্ৰশ্ন...
Read moreDetailsঅসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে তিনিচুকীয়া জিলাৰ ডুমডুমা নদীৰ দক্ষিণ পাৰত ৮৪ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মিত এক...
Read moreDetailsজানুৱাৰী মাহৰ শেষ সপ্তাহত দেশজুৰি বেংক সেৱা ব্যাহত হোৱাৰ সম্ভাৱনা দেখা দিছে। গণতন্ত্ৰ দিৱসৰ লগতে সাপ্তাহিক বন্ধ আৰু বেংক কৰ্মচাৰীসকলৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd