দেশজোৰা ল’কডাউনৰ মাজতে মেঘালয়ৰ মহাত্মা গান্ধী বিশ্ববিদ্যালয়ত অব্যাহত আছে অনলাইন পাঠদান
সাম্প্ৰতিক ক'ৰ'না আতঙ্কৰ পৰিপ্ৰেক্ষিতত, বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশ মতে মেঘালয়ৰ মহাত্মা গান্ধী বিশ্ববিদ্যালয়ত অনলাইন পাঠদান চলাই থকা হৈছে। মহাত্মা গান্ধী...











