এয়া সম্পদ হ্ৰাস কৰাৰ নহয়, বিশ্ব সম্প্ৰদায় একগোট হৈ কাম কৰাৰ সময়; ট্ৰাম্পৰ ঘোষণাৰ পাছতে ৰাষ্ট্ৰসংঘৰ সচিৱ প্ৰধানৰ প্ৰতিক্ৰিয়া
ক’ৰ’না ভাইৰাছ সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাই চীনৰ পক্ষলোৱাৰ অভিযোগ তুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিশ্ব স্বাস্থ্য সংস্থালৈ আমেৰিকা যুক্তৰাষ্ট্ৰই...











