বিটিচিত মিত্ৰ হৈ যুঁজ দিব কংগ্ৰেছ-এআইয়ুডিএফে; সংবাদমেলত বিজেপিৰ মতাদৰ্শক কঠোৰ সমালোচনা দুৰ্গা দাস বড়োৰ
ৰাজ্যসভাত অজিত কুমাৰ ভূঞাক সন্মিলিত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ পাছত এইবাৰ বিটিচি নিৰ্বাচনতো যৌথ ভাৱে আগবাঢ়িব কংগ্ৰেছ-এআইইউডিএফ। বিটিচি পৰিষদীয় ৪০খন...











