কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ আত্মীয়ক অনুকম্পামূলক নিযুক্তি পত্ৰ প্ৰদান
‘বন বিভাগে সদায়েই বিভাগটোত কৰ্তব্যৰত বিষয়া-কৰ্মচাৰীসকলৰ নিষ্ঠা আৰু দায়ৱদ্ধতাক গুৰুত্ব দি আহিছে। সেয়ে চৰকাৰী নীতি অনুযায়ী কৰ্তব্যৰত অৱস্থাত মৃত্যুক সাৱটি...











