অপ্ৰতিৰোধ্য যমুনাৰ ছেমি ফাইনেলত প্ৰৱেশ, ৩টা পদক নিশ্চিত ভাৰতৰ ||আইবা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপ
অসমৰ তৰুণী বক্সাৰ যমুনা বড়োৱে অপ্ৰতিৰোধ্য গতি অব্যাহত ৰাখি বৃহস্পতিবাৰে প্ৰৱেশ কৰিছে আইবাৰ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত। কুৱাৰ্টাৰ...











