আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ভূপেন্দ্ৰ নাথ গোস্বামীলৈ ‘জীৱনজোৰা সাধনা বঁটা’
ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে আজি খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন...











