প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাত মহিলাৰ বাবে নাই প্ৰস্ৰাৱগাৰৰ সুব্যৱস্থা; ‘স্বচ্ছ ভাৰত’ অভিযানক ভেঙুচালি
গুৱাহাটীৰ চানমাৰিত চলি থকা প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাত নাই প্ৰস্ৰাৱগাৰৰ সুব্যৱস্থা। এই কথাটোত নিজৰ আশ্চৰ্য্য আৰু হতাশা প্ৰকাশ কৰিছে বহুকেইগৰাকী গ্ৰন্থপ্ৰেমীৰ...









