ছাত্ৰ-ছাত্ৰীৰ ব্যাপক প্ৰতিবাদ নেওচি পূৰ্বৰ মতেই ফল ঘোষণা কটনৰ নিৰ্বাচনৰ; পলাতকৰ ভূমিকাত বিশ্ববিদ্যালয় কৰ্তৃপক্ষ
শনিবাৰে অনুষ্ঠিত হৈ যোৱা ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত সদৌ অসম ছাত্ৰ সন্থা আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ...











