৪ লাখ কৰ্মচাৰীক কাপোৰ দিব লগীয়া বিভাগটোত ৮৭০টা পদৰ ৫৪৬টাই খালী; হিমন্তই চমক সৃষ্টিৰ প্ৰৱণতাৰে লাজত পেলালে বিভাগটোক?
বিগত বছৰৰ ২ অক্তোবৰত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী বহাগ বিহুৰ সময়তে ৰাজ্যৰ কৰ্মচাৰীসকলৰ প্ৰত্যেককে দুপদকৈ খাদি বস্ত্ৰ দিয়াৰ...











