ইন্ধনৰ মুল্যবৃদ্ধিৰ প্ৰতিবাদ : কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীৰ প্ৰতিকৃতি দাহ আছুৰ
পেট্ৰ'ল-ডিজেলকে ধৰি ইন্ধনজাত সামগ্ৰীৰ অভাৱনীয় মুল্যবৃদ্ধিৰ প্ৰতিবাদত শনিবাৰে শিৱসাগৰৰ ধাইআলি আঞ্চলিক ছাত্ৰ সন্থাই বামবাৰীত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি...











