Latest Post

Banana

১৪ বিঘা জাহাজী কলৰ খেতি কৰি বজাৰৰ বাবে হাহাকাৰ কৰিছে কলিয়াবৰৰ দুই যুৱকে

দেশত খেতিয়কৰ আয় দুগুণ কৰাৰ লক্ষ্য লৈ কাম কৰা বুলি কেন্দ্ৰ-ৰাজ্যৰ চৰকাৰ দুখনে প্ৰচাৰ চলাই থকাৰ মাজতে অসমত উপযুক্ত বজাৰৰ...

'BAAGH' on First Night of 12th Annual Brajanath Sharma Memorial Inter-State Drama Festival

সাতদিনীয়া কাৰ্যসূচীৰে আৰম্ভ দ্বাদশ ব্ৰজনাথ শৰ্মা সোঁৱৰণী আন্তঃৰাজ্যিক নাট সমাৰোহ

অপেছাদাৰী নাট্যগোষ্ঠী সমাহাৰে ১০ ছেপ্টেম্বৰৰ পৰা ১৬ ছেপ্তেম্বৰলৈ সাতদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীস্থিত জিলা পুঁথিভৰালত অনুষ্ঠিত কৰা দ্বাদশ বার্ষিক ব্ৰজনাথ শৰ্মা সোঁৱৰণী...

Garos of Assam

১২ ছেপ্টেম্বৰৰ চকা বন্ধলৈ সমৰ্থন নাই গাৰো সাহিত্য সভাৰ; অপপ্ৰচাৰ নচলাবলৈ আহ্বান সভাপতিৰ

গাৰো স্বায়ত্তশাসন প্ৰদানৰ দাবীত গাৰো জনগোষ্ঠীৰ কেইবাটাও সংগঠনে আহ্বান জনোৱা ১২ ছেপ্টেম্বৰৰ চকা বন্ধ কাৰ্যসূচীলৈ গাৰো সাহিত্য সভাৰ সমৰ্থন নাই।...

NVBDCP

সাৱধান!! মাৰাত্মক ভুল স্বাস্থ্য বিভাগৰ!! খোৱাৰ অনুপযোগী ঔষধ প্ৰেৰণ কৰি বিতৰণ নকৰিবলৈ আকৌ জৰুৰী নিৰ্দেশ চৰকাৰৰ

দেশৰ সাধাৰণ জনতাই নিজৰ স্বাস্থ্যৰ বাবে চৰকাৰী পুষ্টি আঁচনি আৰু ঔষধৰ ওপৰত ভৰসা কৰি থকাৰ সময়তে এটা চৰকাৰী স্বাস্থ্যখণ্ডত সংঘটিত...

IMG-20180910-WA0009

কলগাছিয়া অসামৰিক চিকিৎসালয় পৰিদৰ্শন কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ

কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ নিৰ্দেশ মৰ্মে বৰপেটা জিলাৰ কলগাছিয়া অসামৰিক চিকিৎসালয়ৰ স্বাস্থ্য সেৱা বিভাগৰ কাম-কাজৰ বুজ লোৱাৰ উদ্দেশ্যে সোমবাৰে চিকিৎসালয়খনত...

Page 13001 of 15055 1 13,000 13,001 13,002 15,055

Recommended

Most Popular