মুখ্য মন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি বিচাৰি ৰাইজে বালে চালনী; পিছে উঠিল কেৱল বোকা! মাজুলীত অভিনৱ প্ৰতিবাদ
পৰিবৰ্তনৰ শ্ল'গানেৰে ৰাজ্যত শাসনৰ গাদীলৈ অহা বিজিপি চৰকাৰে দুবছৰৰ কাৰ্যকাল অতিক্ৰম কৰাৰ পিছতো পৰিৱৰ্তন নহ'ল পথৰ দুৰৱস্থা। খোদ মুখ্য মন্ত্ৰী সৰ্বানন্দ...











