নগাঁৱত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰতিকৃতি দাহ হিন্দু বেংগলী নাগৰিক মঞ্চৰ
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীকলৈ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৰা ভিত্তিহীন আৰু উচটনিমূলক মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি হিন্দু-বেঙ্গলী নাগৰিক মঞ্চই...











