ভাৰত-আমেৰিকাৰ প্ৰস্তাৱিত বাণিজ্য চুক্তিৰ বিৰোধিতা কৃষকসকলৰ; আজি দিল্লীত ৫৫০টা সংগঠনৰ মহাপঞ্চায়ত
ভাৰত-আমেৰিকাৰ প্ৰস্তাৱিত দ্বিপাক্ষিক চুক্তিৰ প্ৰতিবাদত দেশ বাচাও মৰ্চাই মহাপঞ্চায়তৰ আহ্বান জনাইছে। মঙলবাৰে দিল্লীৰ কিষাণ ঘাটত অনুষ্ঠিত হ’ব মহাপঞ্চায়ত। ইয়াত যোগদান...











