• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ-পূব, বাংলাদেশলৈয়ো সকীয়নি পুলৱামাৰ আক্ৰমণ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 16, 2019 2:07 pm
পুলুৱাম সন্ত্ৰাসবাদী আক্ৰমণৰ সংগৃহীত ফটো

পুলুৱাম সন্ত্ৰাসবাদী আক্ৰমণৰ সংগৃহীত ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূবতো পুলৱামাত সংঘটিত আত্মঘাতী আক্ৰমণৰ সদৃশ ঘটনা হোৱাৰ আশংকাত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে কেন্দ্ৰীয় সেনাবল আৰু ৰাজ্যিক আৰক্ষীক সস্তম হৈ থকাৰ নিৰ্দেশ দিছে। অসমৰ লগতে বাংলাদেশলৈও দেশৰ গৃহ মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা সস্তম হৈ থকাৰ নিৰ্দেশ প্ৰেৰণ কৰিছে। বিগত নিৰ্বাচনৰ সময়তো বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেখ হাছিনাৰ পৰিয়ালৰ ওপৰত আত্মঘাতী আক্ৰমণ ৰছনা কৰিছিল আই এছ আই সমৰ্থনপুষ্ট জেহাদীয়ে।

ভাৰতীয় অনুসন্ধান সংস্থাই প্ৰকাশ কৰা মতে বিগত কিছু মাহত অসম আৰু বাংলাদেশৰ বহু সংখ্যক যুৱকে জে এম বি নামৰ সন্ত্ৰাসবাদী সংগঠনটোত যোগদান কৰিছে সংগঠনটোৰ অধীনত আত্মঘাতী বোমাৰু হিচাপে প্ৰশিক্ষণলৈ আছে।

Apply Now

ৰাষ্ট্ৰীয় নাগৰিপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াত নাম বাদ পৰা কিছু সংখ্যক বাংলাদেশী বুলি সন্দেহ কৰা যুৱকে জে এম বিত সদস্যভুক্ত হৈ এনে প্ৰশিক্ষণ লাভ কৰি আছে বুলি ভাৰতীয় অনুসন্ধান সংস্থাই খবৰ লাভ কৰিছে।

ভাৰতীয় অনুসন্ধান সংস্থাই পাকিস্তানৰ আই এছ আইৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল নভিদ মুখতাৰে ব্যক্তিগতভাবে নেতৃত্ব লৈ চলোৱা অনুসন্ধানত কাশ্মীৰ, উত্তৰ-পূব আৰু বাংলাদেশৰ প্ৰধান মন্ত্ৰীৰ পৰিয়ালৰ ওপৰত এনে আত্মঘাতী আক্ৰমণ সংঘটিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে।

সংস্থাই প্ৰকাশ কৰা মতে আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে উত্তৰ-পূবকে ধৰি  ভাৰতৰ বিভিন্ন অংশত আত্মঘাতী আক্ৰমণ কৰি ধৰ্মীয় সংঘাত সৃষ্টি কৰাৰ বাবে বিভিন্ন ইছলামিক সন্ত্ৰাসবাদী সংগঠনে চেষ্টা কৰি আছে। এনে আক্ৰমণৰ লক্ষ্য হ’ল দেশৰ সংসদীয় ব্যৱস্থা দুৰ্বল কৰি তোলা যাতে ভবিষ্যতে উগ্ৰপন্থী সংগঠনবোৰে কাশ্মীৰ উপত্যকাত নিজৰ ভেঁটি মজবুত কৰি ভাৰত বিৰোধী কাৰ্য্যকলাপ চলাই নিব পাৰে।

অসম আৰু বাংলাদেশৰ পৰা উগ্ৰপন্থী সংগঠনত নতুনকৈ সোমোৱা এনে জেহাদীক কাশ্মীৰলৈ নি প্ৰশিক্ষণ দি থকা বুলিও অনুসন্ধানকাৰী সংস্থাই তথ্য লাভ কৰিছে। পুলৱামাত সংঘটিত কৰা আত্মঘাতী কাৰ বোমা আক্ৰমণৰ পিছত ভবিষ্যতে এনে ধাৰাবাহিক আক্ৰমণ সংঘটিত কৰাৰ বাবে সন্ত্ৰাসবাদী সংগঠন সকলে সাহস লাভ কৰিছে।

উল্লেখযোগ্য যে, কাশ্মীৰত জইছ-ই-মহম্মদৰ এজন কামাণ্ডাৰ আৰু মাছুড আজাহাৰৰ দুজন সম্পৰ্কীয় ভতিজাকক ভাৰতীয় সেনাই হত্যা কৰাৰ পাছতে দলটোৱে ভয়ংকৰ কূটাঘাতৰ আঁচনি কৰাৰ খবৰ লাভ কৰিছিল ভাৰতীয় অনুসন্ধানকাৰী সংস্থাই।

কাশ্মীৰৰ পাছতে উত্তৰ-পূৰ্বাঞ্চলক পাকিস্তানী আই এছ আয়ে অন্যতম কূটাঘাত সংঘটিত কৰা স্থল হিচাপে চিহ্নিত কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd