খেলপথাৰৰ বাহিৰতো নেইমাৰৰ মানৱীয়তা! ভেনেজুৱেলাৰ ভূমিকম্প দুৰ্গতৰ সাহায্যৰ বাবে আগবঢ়ালে ২.৫ কোটি টকা
চলিত বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ মাজতেই খেলপথাৰৰ বাহিৰত এক বিৰল মানৱীয় নিদৰ্শন দাঙি ধৰিছে ব্ৰাজিলৰ তাৰকা ফুটবলাৰ নেইমাৰে। শেহতীয়াকৈ ভেনেজুৱেলাত সংঘটিত...











