২৮ জন বিদেশীৰ বিৰুদ্ধে আমেৰিকাৰ ন্যায় বিভাগৰ কঠোৰ ব্যৱস্থা: নিৰ্বাচনী জালিয়াতিত নাম সাঙোৰ খালে দুই ভাৰতীয়ৰ
আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়া ৰাজ্যত নিৰ্বাচনী জালিয়াতিৰ গোচৰত অভিযুক্ত ২৮ জন 'গ্ৰীণ কাৰ্ডধাৰী' বিদেশী নাগৰিকৰ ভিতৰত দুজন ভাৰতীয় নাগৰিকো অন্তৰ্ভুক্ত হৈছে।...











