সুখবৰ, আজি ৰাজ্যত মৃত্যু হোৱা নাই কোনো কোভিড ৰোগীৰ; সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা ৩১৯৩ গৰাকীলৈ হ্ৰাস
আজি অসমত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত কোনো লোকৰ মৃত্যু হোৱা নাই। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এই কথা প্ৰকাশ...
আজি অসমত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত কোনো লোকৰ মৃত্যু হোৱা নাই। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এই কথা প্ৰকাশ...
ৰাজ্যত সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে আজি এডিটৰ গীল্ড অফ ইণ্ডিয়াই আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন পত্ৰ প্ৰেৰণ কৰে।...
বৃহস্পতিবাৰে হোটেল ৰেডিশ্যন ব্লুত সম্বোধন কৰা এক সংবাদমেলত নৱগঠিত আঞ্চলিক শক্তি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদক একেলগে নিৰ্বাচন খেলিবলৈ...
আজিৰে পৰা শিৱসাগৰৰ ঐতিহাসিক নপুখুৰী প্ৰত্নতাত্বিক স্থানত অনুষ্ঠিত হোৱা বিশ্ব ঐতিহ্য সপ্তাহ-২০২০ৰ শুভ উদ্বোধন কৰে ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।...
নগাওঁ আৰক্ষীয়ে কালি নিশা অভিযান চলাই বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ লগতে ড্ৰাগছ ব্যৱসায়ী এহাল দম্পতীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd