জে এন য়ুক স্বামী বিবেকানন্দৰ নামেৰে নতুনকৈ নামাকৰণ কৰিব লাগে; বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ মন্তব্য
দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ক নতুনকৈ স্বামী বিবেকানন্দৰ নামেৰে নামাকৰণ কৰা উচিত বুলি মন্তব্য প্ৰকাশ কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক চি...











