দিল্লীত ৩০ ছেপ্তেম্বৰলৈ বন্ধ থাকিব সকলো বিদ্যালয়; পৰামৰ্শ গ্ৰহণৰ বাবে বিদ্যালয়লৈ আহিব পাৰিব নৱম-দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থী
ক'ৰ'না মহামাৰীৰ পৰিপ্ৰেক্ষিতত দিল্লীৰ সকলো বিদ্যালয় ৩০ ছেপ্তেম্বৰলৈ বন্ধ থাকিব। দিল্লীৰ শিক্ষা বিভাগৰ সঞ্চালকালয়ৰ তৰফৰ দিল্লীত সকলো বিদ্যালয় ৩০ ছেপ্তেম্বৰলৈ...











