মাত্ৰ ৬ মাহত ২৩ টা মৃত্যুদণ্ডৰ ৰায়! ন্যায়িক স্বাধীনতাক লৈ প্ৰশ্ন কৰাৰ বাবেই বদলি হ’ল নেকি ফাষ্ট-ট্ৰেক আদালতৰ চৰ্চিত ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ?
মাত্ৰ ছমাহৰ ভিতৰত ২৩টাকৈ মৃত্যুদণ্ডৰ ৰায়দান কৰি দেশজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰক...











