মধ্যপ্ৰদেশৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত বিজেপি নেতা জ্যোতিৰাদিত্য সিন্ধিয়া
মধ্যপ্ৰদেশৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে বিজেপিৰ নেতা জ্যোতিৰাদিত্য সিন্ধিয়া। শুকুৰবাৰে জ্যোতিৰাদিত্য সিন্ধিয়া ৰাজ্যসভালৈ নিৰ্বাচিত হয়। জ্যোতিৰাদিত্য সিদ্ধিয়াৰ লগতে বিজেপিৰ চুমেৰ...











