Latest Post

index.jpg222

বিজেপিক উৎখাত কৰিবলৈ অসমত গঠন হ’ব নতুন আঞ্চলিকতাবাদী ৰাজনৈতিক মঞ্চ

'এইবাৰৰ আঞ্চলিক শক্তিয়ে বিজেপিৰ শাসনাধীন শাসকগোষ্ঠীক উৎখাত কৰি দিছপুৰ দখল কৰিব৷ প্ৰয়োজনত দিছপুৰ দখলৰ অংকত মূল শক্তি হৈ থিয় দিব।'...

গোৱালপাৰাৰ কৃষ্ণাইত গণ সংক্ৰমণৰ আশংকা; আশুডুবীক কনটেইনমেণ্ট জ’ন ঘোষণা

গোৱালপাৰাৰ কৃষ্ণাইত গণ সংক্ৰমণৰ আশংকা; আশুডুবীক কনটেইনমেণ্ট জ’ন ঘোষণা

ক’ৰ’না আক্ৰান্ত তালিকাত নাম সোমাল গোৱালপাৰাৰ কৃষ্ণাইৰ। সামাজিক সংক্ৰমণৰ আশংকাত আতংকিত হৈ পৰিছে কৃষ্ণাইবাসী। শনিবাৰে নিশা জিলা খনৰ কৃষ্ণাই আৰক্ষী...

index

অসুস্থ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা : GMCH ত চিকিৎসাধীন

অসুস্থ হৈছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। কিডনীত ষ্টন হোৱাৰ বাবে প্ৰচণ্ড পেটৰ বিষত ভুগিছে স্বাস্থ্যমন্ত্ৰীগৰাকী। টুইটাৰযোগে এই...

ক’ভিড-১৯ সংক্ৰমণৰ আশংকাত স্থানীয় লোকে বন্ধ কৰিলে বোকাখাতৰ দেওবৰীয়া বিহৰা বজাৰ

ক’ভিড-১৯ সংক্ৰমণৰ আশংকাত স্থানীয় লোকে বন্ধ কৰিলে বোকাখাতৰ দেওবৰীয়া বিহৰা বজাৰ

উজনি অসমৰ এখন বৃহৎ আৰু জনপ্ৰিয় সপ্তাহিক বজাৰ হ'ল বোকাখাত মহকুমাৰ বিহৰা বজাৰ৷ বিভিন্ন সামগ্ৰীৰ লগতে পশুধনো ক্ৰয় বিক্ৰয় হয়...

index

উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শাখা আৰম্ভ কৰিবলৈ শিক্ষামন্ত্ৰীক আহ্বান যুৱ সাংবাদিকৰ

লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ নাৰায়ণপুৰ ৰাজহ চক্ৰ এলেকাৰ যিকোনো এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শাখা আৰম্ভ কৰিবলৈ মাননীয় শিক্ষা মন্ত্রীক...

Page 9570 of 15253 1 … 9,569 9,570 9,571 … 15,253

Recommended

Most Popular