দিহিং-পাটকাই পৰিদৰ্শনৰ পাছত বন মন্ত্ৰীয়ে দাখিল কৰা প্ৰতিবেদন ভিত্তিত ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব : সৰ্বানন্দ সোণোৱাল
‘অসমৰ পাৰিপাৰ্শ্বিকতা আৰু জৈৱ বিবিধতা সংৰক্ষণৰ দিশত আমি দায়বদ্ধ। সেয়েহে ৰাজ্যখনৰ প্ৰাকৃতিক শোভা, ইয়াৰ সেউজ আৱৰণ আৰু প্ৰাকৃতিক সমলসমূহ সংৰক্ষণৰ...











