• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

জঘন্য! ড্ৰাগছ কিনিবলৈ নিজৰ এমহীয়া আৰু দুবছৰীয়া সন্তানক ৭৪ হাজাৰ টকাত বিক্ৰী দম্পতীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 24, 2023 5:00 pm
Mumbai Couple Sold Children
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ড্ৰাগছ আসক্ত এহাল দম্পতীয়ে ড্ৰাগছ ক্ৰয়ৰ বাবে ধনৰ ব্যৱস্থা কৰিবলৈ নিজ সন্তানক বিক্ৰী কৰি আৰক্ষীৰ জালত পৰিছে মুম্বাইৰ এহাল দম্পতী। মুম্বাই ক্ৰাইম ব্ৰাঞ্চে অভিযুক্ত দম্পতীহালকে ধৰি তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে লগতে আন্ধেৰীৰ পৰা উদ্ধাৰ কৰে বিক্ৰী কৰা এমহীয়া কন্যা শিশুটিক। আনহাতে দম্পতীহালৰ দুবছৰীয়া পুত্ৰ সন্তানটিৰ সন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Apply Now

ধৃত অভিযুক্তকেইজনক সন্তানটিৰ পিতৃ-মাতৃ ক্ৰমে ছাব্বিৰ আৰু ছানিয়া খান, আৰু আনজনক ছাকীল মাক্ৰানী বুলি চিনাক্ত কৰা হৈছে। আনহাতে শিশুটিৰ বিক্ৰীৰ এজেণ্ট উষা ৰাথোড়কো ক্ৰাইম ব্ৰাঞ্চে আটক কৰিছে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত সদৰী কৰা মতে, ড্ৰাগছ আসক্ত দম্পতীহালে নিজৰ দুটা সন্তান বিক্ৰী কৰি আন্ধেৰীত ধন সংগ্ৰহ কৰে। এই ঘটনাৰ কথা দম্পতীহালৰ পৰিয়ালে গম পোৱাৰ লগে লগেই এই কাহিনী পোহৰলৈ আহে।

অভিযুক্ত দম্পতীহালে পুত্ৰ সন্তানটিক ষাঠি হাজাৰ টকাত আৰু এমহীয়া কন্যা সন্তানটিক চৈধ্য হাজাৰ টকাত বিক্ৰী কৰিছিল বুলি মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ এগৰাকী উচ্চপদস্থ বিষয়াই সদৰী কৰিছে।

আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত ছাব্বিৰ খান, তেওঁৰ পত্নী ছানিয়া, উষা ৰাথোড় আৰু ছাকীল মাক্ৰানীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। আৰক্ষীৰ তথ্য অনুসৰি, ড্ৰাগছ আসক্ত দম্পতীহাল থাকিব নোৱাৰে ড্ৰাগছ অবিহনে।

ইয়াৰ মাজতে উষা ৰাথোড় নামৰ মহিলাগৰাকীৰ সংস্পৰ্শলৈ আহে দম্পতীহাল আৰু তেওঁৰ জৰিয়তে নিজৰ পুত্ৰক এজন ব্যক্তিক ৬০,০০০ টকাত বিক্ৰী কৰিলে। যিজন ব্যক্তিক শিশুটি বিক্ৰী কৰা হৈছিল তেওঁৰ পৰিচয় এইপৰ্যন্ত উদ্ধাৰ হোৱা নাই।

আনহাতে শেহতীয়াকৈ দম্পতীহালৰ এগৰাকী কন্যা সন্তান জন্ম হৈছিল। যোৱা মাহত তেওঁলোকে এই কন্যা সন্তানটিক ছাকীল মাক্ৰানীক ১৪ হাজাৰ টকাত বিক্ৰী কৰিছিল বুলি মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ বিষয়াগৰাকীয়ে লগতে কয়।

ইফালে অভিযুক্ত ছাব্বিৰৰ ভগ্নী ৰুবিনা খানে এই ঘটনাৰ বিষয়ে জানিব পাৰি স্থানীয় আৰক্ষী থানাত এই ঘটনাৰ খবৰ দিয়ে আৰু নিজ ভাতৃ আৰু ভাতৃ পত্নীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd