Latest Post

কাজিৰঙা সমবায় সমিতিত সংঘটিত ৮০০ কুইণ্টল চাউল হৰলুকি কাণ্ডৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ

কাজিৰঙা সমবায় সমিতিত সংঘটিত ৮০০ কুইণ্টল চাউল হৰলুকি কাণ্ডৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ

বোকাখাতত দৰিদ্ৰ লোকক বিতৰণৰ বাবে ৰাজহুৱা বিতৰণ ব্যৱস্থা (PDS)ৰ অধীনত আৱন্তিত ৮০০ কুইণ্টল চাউল হৰলুকি কাণ্ডত অভিযুক্ত কাজিৰঙা সমবায় সমিতিৰ...

1edd7edc5-24c7-430d-9ad8-1789ccfbc6e8-750x375

ল’কডাউন উলংঘা কৰি কিং কোব্ৰাৰ মাংস ভক্ষণ অৰুণাচল প্ৰদেশত

বিশ্বজুৰি নৰ সংহাৰ চলোৱা ক’ৰ’না সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ দেশত অব্যাহত আছে ল’কডাউন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত যোৱা ১৫ এপ্ৰিলৰ পৰা...

ক’ৰ’না সম্বন্ধে চাহ শ্ৰমিক সকলক সজাগ কৰাৰ বাবে চাহ বাগিচাই বাগিচাই ঘুৰি ফুৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মী

ক’ৰ’না সম্বন্ধে চাহ শ্ৰমিক সকলক সজাগ কৰাৰ বাবে চাহ বাগিচাই বাগিচাই ঘুৰি ফুৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মী

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে ৰাজ্যত ল’কডাউন চলি থকা কাৰণে চাহবাগিচা সমূহৰ কাম-কাজ বন্ধ হৈ আছিল। লকডাউনৰ মাজতে বিভিন্ন জিলাত প্ৰশাসনৰ...

22d7af7a73ff3cbd4b4d2480c161e9d4

লকডাউনৰ বাবে বিয়াত কন্যাদান কৰিব নোৱাৰিলে এগৰাকী জোৱান পিতৃয়ে

প্ৰত্যেকগৰাকী পিতৃয়ে নিজ কন্যাৰ বিয়া ধুমধামেৰে অনুষ্ঠিত কৰা আৰু নিজ হাতেৰে বিদায় দিয়াৰ ইচ্ছা আৰু আশা কৰে। কিন্তু লকডাউনৰ বাবে...

Page 9985 of 15247 1 … 9,984 9,985 9,986 … 15,247

Recommended

Most Popular