১১.৫ কোটি টকীয়া বজাৰগৃহ উদ্বোধনৰ পাছতো ব্যৱসায় আৰম্ভ কৰিব নোৱাৰিলে ব্যৱসায়ীয়ে! ১৩ বছৰেও সম্পূৰ্ণ নহ’ল বেলতলাৰ বজাৰৰ কাম
পদপথৰ ব্যৱসায়ীসকলক উপযুক্ত সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি এতিয়া যেন ফুটুকাৰ ফেনত পৰিণত হৈছে। গুৱাহাটীৰ বেলতলাত কোটি কোটি টকা ব্যয় কৰি নিৰ্মাণ...











