‘‘নৱম শ্ৰেণীৰ পূৰ্বেই বিদ্যালয়ত যৌন শিক্ষা প্ৰৱৰ্তন কৰিব লাগে’’ : নাবালক ধ*ৰ্ষ*ণকাৰীক জামিন প্ৰদান কৰি উচ্চতম ন্যায়ালয়
কেৱল নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে নহয়, নৱম শ্ৰেণীৰ পূৰ্বেই বিদ্যালয়ৰ পাঠ্যক্ৰমত যৌনশিক্ষা অন্তৰ্ভুক্ত কৰিব লাগে। এই পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ।...










