প্ৰধানমন্ত্ৰীলৈ প্ৰত্ৰ প্ৰেৰণ গৌৰৱ গগৈৰ নিজা পদক্ষেপ! স্পষ্টীকৰণ তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ
তেজপুৰ বিশ্ববিদ্যালয়ত চলি থকা প্রশাসনিক অচলাৱস্থাৰ মজতে, কংগ্ৰেছ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰেৰণ কৰা কথিত পত্ৰক...










