মাত্ৰ ৫০টা অস্ত্ৰৰেই পৰাজিত হ’ল পাকিস্তান! অপাৰেচন সিন্দুৰৰ সফলতাৰ বিষয়ে আৰু কি প্ৰকাশ কৰিলে বায়ুসেনাৰ মুৰব্বীয়ে
ভাৰতীয় বায়ুসেনাই মাত্ৰ ৫০টা অস্ত্ৰ-শস্ত্ৰৰে পাকিস্তানক পৰাস্ত কৰিলে। অপাৰেচন সিন্দুৰৰ তিনি মাহৰ পাছত বায়ুসেনাৰ মুৰব্বী নৰ্মদেশ্বৰ তিৱাৰীয়ে বায়ুসেনাৰ ভূমিকা ৰাজহুৱা...










