• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

নিষিদ্ধ হ’ব টকাৰ লেন দেন থকা অনলাইন গেম! দুই সদনত গৃ্হীত হ’ল বিধেয়ক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 30, 2025 5:15 pm
39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টকাৰ লেন দেন থকা অনলাইন গেম নিষিদ্ধ কৰা বিধেয়ক সন্দৰ্ভত, আদালতে বিবেচনা নকৰালৈকে বিধেয়কখন আইনত পৰিণত নকৰিবলৈ অনুৰোধ জনাইছে আবেদনকাৰীয়ে। অৱশ্যে ৰাষ্ট্ৰপতিয়ে সন্মতি দিলে অধিসূচনা জাৰি কৰাটো সাংবিধানিক কাৰ্যকলাপ বুলি উল্লেখ কৰে কেন্দ্ৰৰ ছলিচিটৰ জেনেৰেলে।

এইবাৰ আদালতে অনলাইন গেম নিয়ন্ত্ৰণ কৰা বিধেয়ক সন্দৰ্ভত কেন্দ্ৰৰ পৰা স্পষ্টীকৰণ বিচাৰিছে। অধিবেশনত সংসদৰ দুয়োখন সদনে ‘অনলাইন গেমিং প্ৰমোচন এণ্ড ৰেগুলেচন বিল, ২০২৫’ গৃহীত কৰে। এই বিধেয়কত ধনৰ বিনিময়ত খেলা অনলাইন গেম নিষিদ্ধ কৰিব বিচৰা হৈছে। ইতিমধ্যে কেন্দ্ৰৰ এই বিধেয়কখনৰ বিৰুদ্ধে কৰ্ণাটক উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছে। শনিবাৰে উচ্চ ন্যায়ালয়ে এই বিষয়ত কেন্দ্ৰৰ পৰা সঁহাৰি বিচাৰিছিল।

Apply Now

অনলাইন গেমিং কোম্পানী ‘হেড ডিজিটেল ৱৰ্কছ প্ৰাইভেট লিমিটেড’ই কেন্দ্ৰৰ এই বিধেয়কখনৰ বিৰুদ্ধে আদালতত গোচৰ তৰিছে। এই কোম্পানীয়ে টকাৰ বিনিময়ত বনোৱা অনলাইন ‘ৰমি’ (এবিধ কাৰ্ড গেম)ও নতুন বিলৰ বাবে বিপদত পৰিছে। আবেদনকাৰী কোম্পানীটোৰ অধিবক্তাসকলৰ মতে, যদিও বিধেয়কখনৰ নামত অনলাইন গেমৰ ‘প্ৰচাৰ’ৰ কথা উল্লেখ আছে, তথাপিও প্ৰকৃততে গেম নিষিদ্ধ কৰিবলৈ কৰা হৈছে। আবেদনকাৰীৰ অধিবক্তাই উচ্চ ন্যায়ালয়ক এই বিধেয়ক সন্দৰ্ভত অন্তৱৰ্তীকালীন আদেশ জাৰি কৰিবলৈও অনুৰোধ জনায়। আদালতে বিষয়টো বিবেচনা নকৰালৈকে বিধেয়কখন আইনত পৰিণত হ’ব নালাগে বুলিও অনুৰোধ জনায়৷

কেন্দ্ৰৰ হৈ আদালতত উপস্থিত আছিল ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা আৰু অতিৰিক্ত ছলিচিটৰ জেনেৰেল এন ভেংকটাৰমণ। ছলিচিটৰ জেনেৰেলে কয় যে এইটোৱেই প্ৰথমবাৰৰ বাবে আদালতে পৰীক্ষা কৰিব যে ধনৰ বিনিময়ত জুৱা খেলৰ ক্ষেত্ৰত সংসদৰ আইন প্ৰণয়নৰ অধিকাৰ আছে নে নাই। তেওঁ কয়, “ৰাষ্ট্ৰপতিয়ে সন্মতি দিলে অধিসূচনা জাৰি কৰাটো সাংবিধানিক কাৰ্য্য। ন্যায়পালিকাই পৰীক্ষা নকৰাকৈয়ে ইয়াক বন্ধ কৰিব নোৱাৰে।” বাৰ এণ্ড বেঞ্চৰ মতে, মেহতাক এই সন্দৰ্ভত শীঘ্ৰে অধিসূচনা জাৰি কৰাৰ সম্ভাৱনা আছে নেকি বুলি সোধা হৈছিল, যদিও তেওঁ ইয়াৰ উত্তৰত কোনো নিৰ্দিষ্ট মন্তব্য কৰা নাছিল, তথাপিও তেওঁ এই সম্ভাৱনা নুই কৰা নাছিল।

দুয়োপক্ষৰ যুক্তি শুনানিৰ পাছত আদালতে বিধেয়কখনৰ সন্দৰ্ভত কেন্দ্ৰৰ বিবৃতি বিচাৰিছিল। এই গোচৰৰ পৰৱৰ্তী শুনানি হ’ব ৮ ছেপ্টেম্বৰত। বিধেয়কখনৰ প্ৰতি লক্ষ্য ৰাখি কোনো অন্তৱৰ্তীকালীন আদেশ জাৰি কৰিব নে নকৰে সেইদিনা উচ্চ ন্যায়ালয়ে বিবেচনা কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

June 8, 2026 5:34 pm
আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

June 8, 2026 4:39 pm
অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

June 8, 2026 4:13 pm
ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

June 8, 2026 3:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

June 8, 2026 5:34 pm
আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

June 8, 2026 4:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd