তদন্তৰ আওতাত থকা ব্যক্তিক আইনী পৰামৰ্শ দিয়া অধিবক্তাক তদন্তকাৰী সংস্থাই চমন জাৰি কৰিব নোৱাৰিবঃ ছুপ্ৰীম কোৰ্ট
শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে ৰায় দিছে যে তদন্তকাৰী সংস্থাসমূহেতদন্তৰ অধীনত থকা তেওঁৰ ক্লায়েণ্টক আইনী পৰামৰ্শ দিয়াৰ বাবেই অধিবক্তাক চমন জাৰি কৰিব...











