লালুৰ পৰিয়ালবাদৰ বিৰুদ্ধে যুঁজত নীতিশৰ পুত্ৰ হ’ব এনডিএৰ মুখ! নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা
আৰম্ভণিৰে পৰাই নীতিশ কুমাৰে লালু প্ৰসাদ যাদৱৰ বংশৰ বিৰোধিতা কৰি আহিছে। নীতিশ কুমাৰৰ সহযোগী বিজেপিয়ে কংগ্ৰেছৰ বংশ ব্যৱস্থাক ধাৰাবাহিকভাৱে সমালোচনা...









