নতুনকৈ পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য কৰি আক্ৰমণ! ইজৰাইলৰ নিদ্ৰা হৰণ কৰাৰ প্ৰতিজ্ঞা ইৰাণৰ
ইজৰাইলে বৃহস্পতিবাৰে ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰ, বেলিষ্টিক মিছাইল কাৰখানা আৰু সামৰিক কেন্দ্ৰত আক্ৰমণ চলাইছিল। ইয়াৰ ২৪ ঘণ্টাৰ ভিতৰতে পুনৰ আক্ৰমণ চলাইছে।...
ইজৰাইলে বৃহস্পতিবাৰে ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰ, বেলিষ্টিক মিছাইল কাৰখানা আৰু সামৰিক কেন্দ্ৰত আক্ৰমণ চলাইছিল। ইয়াৰ ২৪ ঘণ্টাৰ ভিতৰতে পুনৰ আক্ৰমণ চলাইছে।...
প্ৰেমত অলপ সৰুসুৰা খুটিনাটি লাগি থাকে। আকৌ সেই মনৰ মানুহজনৰ লগত মতানৈক্য হ’লে আপোনাৰ হৃদয়খনো বিচলিত হৈ পৰে। আকৌ যদি...
হেৰউ কৃষক,প্রথম বিপ্লৱী বীৰ প্ৰকৃতিৰ বক্ষ-বিদাৰক।ধৰণীৰ বুকু ফালিনাঙলৰ ফাল তুলিপোনে পোনে তয়ে লখিমীক লভিছিলিআজিনো লখিমী ক’ত? ক’ত হেৰুৱালি?…লোকৰ ফাঁকিত পৰি...
আহমেদাবাদত সংঘটিত এক ভয়ংকৰ বিমান দুৰ্ঘটনাই দেশজুৰি শোকৰ ছাঁ পেলাইছে। উক্ত দুৰ্ঘটনাত বিমানখনত থকা এজন ব্যক্তিৰ বাহিৰে সকলো যাত্ৰী, ক্ৰু...
ধুবুৰীত সাম্প্ৰদায়িক গোট সক্ৰিয় হোৱাৰ খবৰ পোৱাৰ পাছত অসম চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীত...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd