Latest News

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ১৭ জুলাই, ২০২৫ত নতুন দিল্লীৰ বিজ্ঞান ভৱনত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্যোগত আয়োজিত এক...

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

ৰাজ্যখনত শেহতীয়াকৈ জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ ২৪ জন লোকৰ মৃত্যু হোৱা ঘটনাত আম আদমি পাৰ্টী, অসম য়ে গভীৰ দুখ...

অভিনেত্ৰী আলিয়া ভাটক লৈ বিত্তীয় প্ৰতাৰণা! অভিনেত্ৰীগৰাকীৰ নকল চহী ব্যৱহাৰ কৰি লুটিলে লাখ লাখ টকা!

অভিনেত্ৰী আলিয়া ভাটক লৈ বিত্তীয় প্ৰতাৰণা! অভিনেত্ৰীগৰাকীৰ নকল চহী ব্যৱহাৰ কৰি লুটিলে লাখ লাখ টকা!

বলীউড অভিনেত্ৰী আলিয়া ভাটৰ প্ৰাক্তন সহায়িকা বেদিকা প্ৰকাশ শ্বেট্টীক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ আলিয়াৰ ব্যক্তিগত একাউণ্ট আৰু তেওঁৰ প্ৰডাকচন সংস্থা...

য়েমেনত ভাৰতীয় মহিলা নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ডত স্থগিতাদেশ!

য়েমেনত ভাৰতীয় মহিলা নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ডত স্থগিতাদেশ!

য়েমেনৰ কাৰাগাৰত বন্দী হৈ থকা কেৰালাৰ নাৰ্ছ নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ডত স্থগিতাদেশ জাৰি কৰা হৈছে। আজি কিছুসময় পূৰ্বে নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ড...

Page 1868 of 15247 1 … 1,867 1,868 1,869 … 15,247

Recommended

Most Popular