কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক লৈ তীৰ্যক মন্তব্যঃ মন্ত্ৰী বিজয় শ্বাহৰ গ্ৰেপ্তাৰৰ নিৰ্দেশত স্থগিতাদেশ বাহাল ছুপ্ৰীম কোৰ্টৰ
আজি উচ্চতম ন্যায়ালয়ে ১৯ মে’ৰ পৰা পূৰ্বৰ নিৰ্দেশনা অব্যাহত ৰাখি মধ্যপ্ৰদেশৰ মন্ত্ৰী কুঁৱৰ বিজয় শ্বাহক গ্ৰেপ্তাৰৰ পৰা ৰক্ষা কৰা অন্তৱৰ্তীকালীন...











