গ্ৰোকৰ মতে দেশৰ এক নং ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা : এলন মাস্কৰ বিৰুদ্ধে গোচৰ তৰিবলৈ সাহস হ’বনে?
অসমত এতিয়া অঘোষিত জৰুৰকালীন অৱস্থা চলিছে৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সাংবিধানিক অধিকাৰ ভৰিৰে মোহাৰি সাংবাদিক-সাংসদকে ধৰি সকলোকে আৰক্ষীৰ দ্বাৰা...











