জম্মু-কাশ্মীৰত পৰ্যটকৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা : নিহত ২৮ জন, শতাধিক আহত
কেইমাহমানৰ পিছত আৰম্ভ হ’ব অমৰনাথ যাত্ৰা। ইতিমধ্যে ইয়াৰ প্ৰস্তুতি আৰম্ভ হৈছে। ইফালে জম্মু-কাশ্মীৰত পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদীয়ে চলাইছে আক্ৰমণ। মঙলবাৰে পহলগামত...
কেইমাহমানৰ পিছত আৰম্ভ হ’ব অমৰনাথ যাত্ৰা। ইতিমধ্যে ইয়াৰ প্ৰস্তুতি আৰম্ভ হৈছে। ইফালে জম্মু-কাশ্মীৰত পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদীয়ে চলাইছে আক্ৰমণ। মঙলবাৰে পহলগামত...
আসন্ন পঞ্চায়ত নিৰ্বাচন উপলক্ষে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰি উলিওৱা প্ৰিজাইডিং বিষয়াৰ হাতপুথিত উল্লেখিত নিৰ্দেশাৱলীৰ ১০ নং দফাত উল্লেখ...
দেওবাৰে সন্ধিয়া তেজপুৰৰ সমীপৱৰ্তী দিপটাত দুগৰাকী বৃদ্ধাক আক্ৰমণ কৰে দুৰ্বিত্তই। জানিব পৰা মতে, দুগৰাকী অচিনাক্ত যুৱতীয়ে দৰ্শনাৰ্থীৰ ৰূপ লৈ ভুক্তভোগীৰ...
চলিত মাহৰ আৰম্ভণিতে বাবা ৰামদেৱৰ এক মন্তব্যক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। পতঞ্জলিয়ে গ্ৰীষ্মৰ আৰম্ভণিতে বজাৰত মুকলি কৰিছিল এবিধ গোলাপৰ চিৰাপ।...
ৰাস্তাত যানজঁটত আবদ্ধ হৈ থাকিলে শ শ গাড়ীয়ে একেলগে হৰ্ণ বজায় আৰু কাণ -মূৰ গৰম হৈ উঠে। কম বেছি পৰিমাণে...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd