‘ৰাইজৰ বাবে নহয়, বিজেপিৰ বাবেহে এই বাজেট, কেন্দ্ৰীয় চৰকাৰৰ বাজেটত মাত্ৰ দুবাৰহে অসমৰ নাম’- অভিযোগ ৰাইজৰ দলৰ
কেন্দ্ৰীয় চৰকাৰে ২০২৫-২৬বৰ্ষৰ বাজেট দাখিল কৰাৰ পাছতেই অসমৰ প্ৰতি সদিচ্ছাৰ অভাৱৰ কথা পোহৰলৈ আহিছে। কেৱল মাত্ৰ নিৰ্বাচনমুখী বাজেটৰ বাহিৰে যে...











