গান্ধী জয়ন্তীৰ পূৰ্বে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি ভাঙি লণ্ডভণ্ড; দুষ্কৃতিকাৰীৰ সন্ধানত আৰক্ষী
উত্তৰ প্ৰদেশৰ চুলতানপুৰত গান্ধীৰ প্ৰতিমূৰ্তিত আক্ৰমণ চলালে দুষ্কৃতিকাৰীৰ দলে। গভীৰ নিশা একাংশ অচিনাক্ত ব্যক্তিয়ে প্ৰতিমূৰ্তি ভাঙি ভাঙি লণ্ডভণ্ড কৰে। এই...











